১৫ মে'
অৱয়ব
| মে' | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | |||||
| ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
| ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
| ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
| ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
| ৩১ | ||||||
| ২০২৬ | ||||||
১৫ মে' (ইংৰাজী: 15 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩০টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৭৭৬ - প্ৰথম বাষ্প চালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল।
জন্ম
[সম্পাদনা কৰক]- ১৮১৭ - দেৱেন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় দাৰ্শনিক আৰু লেখক।
- ১৮৯৩ - লক্ষ্মীনাথ দাস, অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক।
- ১৯০৭ - সুখদেৱ থাপাৰ, ভাৰতীয় মুক্তিযোদ্ধা। (মৃত্য়ুঃ ১৯৩১)
- ১৯৬৭ - মাধুৰী দীক্ষিত, ভাৰতীয় বোলছবি অভিনেত্ৰী।
- ১৯৮৫ - তথাগত মুখোপাধ্যায়, ভাৰতীয় অভিনেতা।
- ২০০৩ - প্ৰবীণ কুমাৰ, ভাৰতীয় পেৰা হাই জাম্প এথলীট।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৮৬ - এমিলী ডিকিনছন্, মাৰ্কিন কবি।
- ২০০৩ - ইলোৰা ৰায়চৌধুৰী, ভাৰতীয় সমাজকৰ্মী। মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।
দিৱস
[সম্পাদনা কৰক]- শিক্ষক দিৱস (কলম্বিয়া, মেক্সিকো আৰু দক্ষিণ কোৰিয়া)
- আন্তৰ্জাতিক পৰিয়াল দিৱস।
ছুটি আৰু অন্যান্য
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ১৫ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2008-01-06 at the Wayback Machine
| ||||||||||||||||||||||||||||||||||||||||||||