২০ এপ্ৰিল
অৱয়ব
| এপ্ৰিল | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | |||
| ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
| ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
| ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
| ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
| ২০২৬ | ||||||
২০ এপ্ৰিল (ইংৰাজী: 20 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১০তম (অধিবৰ্ষত ১১১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৫টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৭৭০ চনৰ আজিৰ এই দিনটোত কেপ্টেইন কুকে অষ্ট্ৰেলিয়া আৱিষ্কাৰ কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৮৮৯ - এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা।
- ১৯১৪ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ আগষ্ট, ১৯৯১)
- ১৯২০ - যুথিকা ৰায়, ভাৰতীয় ভজন গায়িকা।
- ১৯৪১ - ৰেই টম্লিনছন, আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামাৰ।
- ১৯৪৮ - প'ল আৰ. মিলগ্ৰম, আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৫০ - নাৰা চন্দ্ৰবাবু নাইডু, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৭২ - মমতা কুলকাৰ্ণী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ২০১৯ - প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
দিৱস
[সম্পাদনা কৰক]- ৰাষ্ট্ৰসংঘৰ চীনা ভাষা দিৱস
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ২০ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||