- ১৯৪৩ - ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
- ১৯৮৮ - আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
- ১৯৯৯ - অটল বিহাৰী বাজপেয়ী তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
- ১৯৯৯ - সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ চিনেটে Comprehensive Nuclear Test Ban Treaty (CTBT)ৰ বিৰোধিতা কৰিছিল।
- ২০০১ - আফগানিস্তানত এসপ্তাহ আমেৰিকান আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয়, বহু লোক আক্ৰান্ত হয়।
- ১৯১১ - অশোক কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ তাৰকা।
- ১৯৪৮ - নুচৰত ফটেহ আলী খান, প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক।
- ১৯৫৮ - জামাল আহমেদ ষাশ্বকজী, চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক।
- ১৮৯৫ - চি. কে. নাইডু, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্টেইন।
- ১৯১১ - ভগ্নী নিবেদিতা, ভাৰতীয় সমাজকৰ্মী, লেখিকা।
- ১৯৮৭ - কিশোৰ কুমাৰ, ভাৰতৰ প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা।
- ২০০২ - ইলা মিত্ৰ, ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷
- ২০০৪ - নিৰূপা ৰয় (কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা), হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।